মুখ্যপৃষ্ঠা » ভিডিঅ » gtm.start

যিকোনো মুহূৰ্তত বানত বুৰিব পাৰে ফাঁচী বজাৰ!

অসম11:05 PM IST Jul 15, 2019

মহানগৰীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। মহানগৰীৰ উজান বজাৰত বানত বুৰিছে বহু ঘৰ। শ্লুইছ গে’৸টেৰে পানী সোমোৱাৰ ফলত জলমগ্ন কেইবাটাও পৰিয়ালৰ বাসগৃহ। ব্ৰহ্মপুত্ৰৰ পানীত বুৰিছে উজান বজাৰৰ মাছ বজাৰ।

webtech_news18 | News18 Assam
শেহতীয়া লাইভ টিভি

শেহতীয়া বাতৰি