বীভত্স! মুৰ্গীৰ সৈতে যৌন সম্পৰ্কৰ অপচেষ্টা, শাৰীৰিক সুখৰ বাবে যি কৰিলে বডি বিল্ডাৰে!
ইয়াৰ পূৰ্বে ব্যৱহাৰ কৰিছিল এটা ছেক্সডোল।
ইয়াৰ পূৰ্বে ব্যৱহাৰ কৰিছিল এটা ছেক্সডোল।
- News18 Assam
- Last Updated: February 23, 2021, 9:07 AM IST
View this post on Instagram
বডিবিল্ডাৰ জনে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে, তেওঁৰ যৌন সুখ লাভৰ ধৰণ আচৰিত ধৰণৰ। আনকি ২০২০ৰ নৱেম্বৰ মাহত এটা চেক্স ডোলক বিয়া কৰাইছিল লোকজনে।
কাজাকিস্তানৰ প্ৰচলিত ৰীতি অনুসৰি, প্ৰয়োজনত পুৰুষৰ বহুবিবাহ বৈধ। কিন্তু তাৰ ঠিক পিছতে য়ুবিয়ে লিখিছে-বেয়া দেখিব পাৰে, গতিকে এইবাৰ বিচাৰিছো এটা চিকেন টয়।

ভিডিওটোত দেখা গৈছে যে, মুৰ্গীৰ সৈতে আচৰিত ধৰণৰ আচৰণ কৰিছে লোকজনে। কিন্তু লোকজনৰ এনে আচৰণ দেখি একাংশই তীব্ৰ সমালোচনা কৰা দেখা গৈছে। একাংশই এই ৰূপক বীভত্স আখ্যা দিছে।












