আচৰিত অসুখ! নিজৰ চুলি চিঙি নিজে খাই কিশোৰীয়ে! পেটত ওলাইছে ৪৮ চেণ্টিমিটাৰ চুলিৰ বল
এই কিশোৰীগৰাকী ৰাপুণজেল চিণ্ড্ৰোমত আক্ৰান্ত। দুটা বিৰল অসুখত একেলগে আক্ৰান্ত হৈছে কিশোৰীগৰাকী। নিজৰ চুলি নিজে খাই কিশোৰীগৰাকীয়।
এই কিশোৰীগৰাকী ৰাপুণজেল চিণ্ড্ৰোমত আক্ৰান্ত। দুটা বিৰল অসুখত একেলগে আক্ৰান্ত হৈছে কিশোৰীগৰাকী। নিজৰ চুলি নিজে খাই কিশোৰীগৰাকীয়।
- News18 Assam
- Last Updated: February 21, 2021, 2:44 PM IST
যোৱা কিছুদিন ধৰি অত্যন্ত পেটৰ বিষত আক্ৰান্ত হৈছিল কিশোৰীগৰাকী। যোৱা দুসপ্তাহে লৈছিল ভয়ংকৰ ৰূপ। লগে লগে কিশোৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। কিশোৰীগৰাকীক পিছত হাস্পতালত চিটি স্কেন কৰা হয়। তেতিয়াই চিকিৎসকে দেখে যে, কিশোৰীগৰাকীৰ পেটত অদ্ভুট ধৰণৰ কিবা এটা সোমাই আছে। পৰীক্ষা কৰোতে পেটত চুলি থকাটো নিশ্চিত কৰে চিকিৎসকে।
দুটা বিৰল অসুখত একেলগে আক্ৰান্ত হৈছে কিশোৰীগৰাকী। নিজৰ চুলি নিজে খাই কিশোৰীগৰাকীয়। কিশোৰীগৰাকী ৰাপুনজেল চিণ্ড্ৰোমত আক্ৰান্ত বুলি নিশ্চিত কৰিছে চিকিৎসকে।












