ঘাঁহৰ মাজত লুকাই আছে এডাল বিষাক্ত সাপ, বহুতেই নোৱাৰিলে কিন্তু আপুনি বিচাৰি উলিয়াব পাৰিব নে?
অষ্ট্ৰেলিয়াৰ (Australia) চানচাইন কোষ্টৰ স্নেক কেচাৰে (Sunshine Coast Snake Catcher) বননিৰ (woodland) এখন ছবি শ্বেয়াৰ কৰি মানুহক প্ৰশ্ন কৰিছে যাক লৈ এতিয়া সকলো দোমোজাত পৰিছে। তেওঁ লিখিছে–"ছবিত সাপডাল বিচাৰি উলিয়াওক, সাপৰ প্ৰজাতিও ক’ব পাৰিলে বেলেগে বনাচ পইণ্ট।"

- News18 Assam
- Last Updated: January 27, 2021, 12:31 PM IST
অষ্ট্ৰেলিাৰ চানচাইন কোষ্টৰ স্নেক কেচাৰে এই ছবিখন শ্বেয়াৰ কৰি মানুহক প্ৰশ্ন কৰিছে যে, "ছবিখনত সাপডাল বিচাৰি উলিয়াওক। চাওচোন আপুনি উত্তৰ দিব পাৰে নে নোৱাৰে। যিসকলে সাপডালৰ প্ৰজাতি ক’ব পাৰিব তেওঁলোকক বনাচ পইণ্ট।" এই ছবিখন কুইনছলেণ্ডৰ বাডৰিমৰ চানচাইন কোষ্টৰ পাৰত লোৱা হৈছে। প্ৰায় ৭০০ লোকে এই পৰ্যন্ত ছবিখনত কমেণ্ট কৰিছে যদিও বেছিভাগৰে উত্তৰ ভুল।
পোষ্টটোত মানুহে বিভিন্ন হাস্যকৰ কমেণ্ট কৰাও দেখা গৈছে।
অৱশেষত চানচাইন কোষ্টৰ স্নেক কেচাৰৰ এগৰাকী সদস্যই সাপডাল ছবিখনৰ ক’ত আছে আৰু কি প্ৰজাতিৰ সেই কথা তুলি ধৰে। ঘাঁহ–পাতৰ সৈতে মিলি থকা সাপডাল য়েল্ল’ ফেচড স্নেক। অষ্ট্ৰেলিয়াত যথেষ্ট সংখ্যাত পোৱা যায় সাপডাল।