নাৰ্ছৰ নৃত্য দেখি উত্তেজিত হৈ পৰিল যুৱক, বিচাৰিলে সাবটি ধৰিবলৈ! খেদি খেদি নাৰ্ছে দিলে উচিত শিক্ষা, ভাইৰেল হ'ল Video
লোকজনে কোঠালৈ প্ৰৱেশ কৰি সাৱটিব খোজিলে যুৱতীগৰাকীক।
লোকজনে কোঠালৈ প্ৰৱেশ কৰি সাৱটিব খোজিলে যুৱতীগৰাকীক।
- News18 Assam
- Last Updated: February 27, 2021, 4:16 PM IST
কোঠালৈ সোমাই আহি পিছফালৰ পৰা যুৱতীগৰাকীক সাৱটি ধৰিবলৈ চেষ্টা কৰে যুৱকজনে। যুৱকজনৰ তেনে আচৰণত অপ্ৰস্তুত হৈ পৰে যুৱতীগৰাকী। বাৰে বাৰে বাধা দিয়াৰ পিছতো যুৱকজনে কেৰেপ নকৰা দেখি যুৱতীগৰাকীয়ে ঘৰৰ পৰা গুৰিয়াই যুৱকজনক উলিয়াই দিয়াৰ লগতে খেদি খেদি প্ৰহাৰ কৰে।












