সংকটৰ সময়ত একাংশ চিকিৎসকৰ মহৎ প্ৰচেষ্টা, WhatsAppযোগে দিছে চিকিৎসাৰ পৰামৰ্শ
এই সেৱা সম্প্ৰসাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অধিক সংখ্যক চিকিৎসকে এই মহান সেৱাত আত্মনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
এই সেৱা সম্প্ৰসাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অধিক সংখ্যক চিকিৎসকে এই মহান সেৱাত আত্মনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
- News18 Assam
- Last Updated: March 29, 2020, 3:05 PM IST
সেই লোকসকলৰ বাবে গুৱাহাটীৰ একাংশ চিকিৎসকে হাতত লৈছিল এক মহৎ প্ৰচেষ্টা। WhatsAppতে তেনে লোকক চিকিৎসাজনিত প্ৰশ্নৰ উত্তৰ দিয়াৰ সেৱা আৰম্ভ কৰিছিল। ‘মেডিচিটী গুৱাহাটী’ৰ চিকিৎসকলৰ এই বিনামূলীয়া সেৱাৰ প্ৰতি জনসাধাৰণে ব্যাপক সঁহাৰি জনাইছিল। এই সেৱা সম্প্ৰসাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অধিক সংখ্যক চিকিৎসকে এই মহান সেৱাত আত্মনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
আগৰে পৰা যিকেইটা বিভাগৰ যিকেইগৰাকী চিকিৎসকে সেৱা আগবঢ়াই আহিছে তেওঁলোকৰ সৈতে এতিয়া নতুনকৈ সংলগ্ন হ'বলগীয়া চিকিৎসকল হৈছে:
ডাঃ এম ৰহমান, ৱাটছএপ নম্বৰ: 8638333122

২) গেষ্ট্রোএণ্টাৰ’ল’জী

৩) হেপাটোল’জী আৰু লিভাৰৰ ৰোগ
ডাঃ অমিতাভ শৰ্মা, ৱাটছএপ নম্বৰ: 6901224848

৪) হেমাটোল’জী
ডাঃ আছিফ ইকবাল, ৱাটছএপ নম্বৰ: 9706570678













