লকডাউনৰ ফলত সংকটত কপিকূল, খাদ্যৰ অভাৱত মুখ শুকাইছে বান্দৰৰ
সততে মন্দিৰলৈ অহা দৰ্শণাৰ্থীয়ে দিয়া কল, বুট, বিস্কুট আদি খাই পেট পুৰাই মন্দিৰত থকা প্ৰায় হাজাৰটা বান্দৰে৷
সততে মন্দিৰলৈ অহা দৰ্শণাৰ্থীয়ে দিয়া কল, বুট, বিস্কুট আদি খাই পেট পুৰাই মন্দিৰত থকা প্ৰায় হাজাৰটা বান্দৰে৷
- News18 Assam
- Last Updated: March 29, 2020, 10:27 AM IST
সততে মন্দিৰলৈ অহা দৰ্শণাৰ্থীয়ে দিয়া কল, বুট, বিস্কুট আদি খাই পেট পুৰাই মন্দিৰত থকা প্ৰায় হাজাৰটা বান্দৰে৷ তলাবন্ধৰ প্ৰথম পাঁচটা দিনতে তীব্ৰ খাদ্য সংকটত ভুগিছে বান্দৰখিনিয়ে৷পেটৰ ভোকত কলৰ পাত, আমগছৰ ফুল, কোমল ঘাঁহ খাইছে বান্দৰে। আন আন মন্দিৰত থকা বান্দৰৰো একেই অৱস্থা।