কোৰোণাৰ বিৰুদ্ধে যুঁজত আগবাঢ়ি আহিছে ‘বাহুবলী’, সহায়ৰ বাবে ৪ কোটি টকা দান অভিনেতা প্ৰভাসৰ
পৱন কল্যাণ. চিৰঞ্জীৱী, ৰজনীকান্ত আৰু নীতিনৰ দৰে তাৰকাই ছচিয়েল মিডিয়াত আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে।
পৱন কল্যাণ. চিৰঞ্জীৱী, ৰজনীকান্ত আৰু নীতিনৰ দৰে তাৰকাই ছচিয়েল মিডিয়াত আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে।
- News18 Assam
- Last Updated: March 27, 2020, 10:21 AM IST
পৱন কল্যাণ. চিৰঞ্জীৱী, ৰজনীকান্ত আৰু নীতিনৰ দৰে তাৰকাই ছচিয়েল মিডিয়াত আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে। একাংশ দাক্ষিণাত্যৰ তাৰকাই অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়াইছে। ‘বাহুবলী’খ্যাত অভিনেতা তেলেগু তাৰকা প্ৰভাসেও কোৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে আগবঢ়াইছে ৪ কোটি টকা। প্ৰভাসে বৃহস্পতিবাৰে ৩ কোটি টকা প্ৰধানমন্ত্ৰী ৰাষ্ট্রীয় সাহায্য কোষলৈ আৰু ৫০–৫০ লাখ টকা অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ায়।












