গীত নহয়, এইবাৰ ক’ৰোণা ভাইৰাছৰ ওপৰত কবিতা ৰচিলে নেহা কক্কৰে, আৰু তাৰ পিছত.....! চাওক ভিডিঅ’
ছচিয়েল মিডিয়াত আকৌ এবাৰ চৰ্চা লাভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে
ছচিয়েল মিডিয়াত আকৌ এবাৰ চৰ্চা লাভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে
- News18 Assam
- Last Updated: March 27, 2020, 1:41 PM IST
অক্ষয় কুমাৰ, দীপিকা পাডুকণ, প্ৰিয়ংকা চোপ্ৰাই এতিমধ্যে ল’ক ডাউনৰ সময়ত ঘৰত কিদৰে কটাইছে, সেই ভিডিঅ’ আপলোড কৰিছে ছচিয়েল মিডিয়াত। তাৰ মাজতে এতিয়া চৰ্চালৈ আহিছে জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ।
ঘৰতে এতিয়া নেহা কক্কৰে দেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত ৰচিছে কবিতা। আনকি নিজে আবৃত্তি কৰি ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰো কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।












