গৰাকীক কাণত ধৰাই আৰক্ষীয়ে কৰোৱালে উঠা-বহা,মালিকৰ অৱস্থা দেখি যেন তবধ মানিলে পোহনীয়া কুকুৰটোৱেও!
চৰকাৰৰ আদেশক যেন কেৰেপেই নকৰে একাংশই!
চৰকাৰৰ আদেশক যেন কেৰেপেই নকৰে একাংশই!
- News18 Assam
- Last Updated: March 26, 2020, 9:30 PM IST
লকডাউনৰ সময়ছোৱাত ৰাজপথত পোহনীয়া কুকুৰটোক লগত লৈ এপাক ওলাই আহিছিল এজন ব্যক্তি। কিন্তু ভাগ্য বেয়া আছিল লোকজনৰ! পোহনীয়া কুকুৰটোৰ সন্মুখতে আৰক্ষীয়ে কাণত ধৰাই উঠ–বহ কৰালে ব্যক্তিজনক। গৰাকীৰ এই অৱস্থা দেখি যেন তবধ মানিলে কুকুৰটোৱেও!
গৰাকীয়ে উঠা বহা কৰা দৃশ্য আৰক্ষীৰ সৈতে নেজ জোকাৰি জোকাৰি উপভোগ কৰিলে কুকুৰেও।












