কোৰোণাৰ বিৰুদ্ধে যুদ্ধঃ চীনে ভাৰতক দিলে ১.৭০ লাখ PPE ছুট
স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, সোমবাৰে ভাৰতে লাভ কৰিলে চীনে দিয়া আটাইবোৰ PPE ছুট
স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, সোমবাৰে ভাৰতে লাভ কৰিলে চীনে দিয়া আটাইবোৰ PPE ছুট
- News18 Assam
- Last Updated: April 6, 2020, 10:52 PM IST
ভাৰতবৰ্ষতো এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কিন্তু এতিয়া ভাৰতলৈ বিশেষ সহায়ৰ হাত আগবঢ়াইছে চীনে। কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ চীনে ভাৰতক প্ৰায় ১.৭০ লাখ PPE ছুট প্ৰদান কৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা মতে, আটাইবোৰ পি পি ই ছুট সোমবাৰে ভাৰত আহি পায়।