ক’ৰোণাৰ বিৰুদ্ধে যুদ্ধ, ৰাজ্যিক কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহা ২০% পৰ্যন্ত হ’ব কৰ্তন
বিত্তমন্ত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত
বিত্তমন্ত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত
- News18 Assam
- Last Updated: March 27, 2020, 2:53 PM IST
ৰাজ্যিক কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিত্ত বিভাগে। বিত্তমন্ত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত। কিন্তু কৰ্তন কৰা দৰমহা ৪.৫%সূদৰ হাৰত অহা বিত্তীয় বৰ্ষত উভতাই দিব চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে কৰ্মচাৰী পৰিষদে।












