ভাৰতত কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭জনলৈ বৃদ্ধি
সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৪ লাখ ৭২ হাজাৰ ৫২৯জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত।
সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৪ লাখ ৭২ হাজাৰ ৫২৯জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত।
- News18 Assam
- Last Updated: March 27, 2020, 9:33 AM IST
সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৪ লাখ ৭২ হাজাৰ ৫২৯জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত। মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ২১ হাজাৰ ৩০৪জন। আনহাতে, ৰোগমুক্ত হৈ ঘৰলৈ উভতিছে ১ লাখ ১৪ হাজাৰ ৭৪০জন লোকে।