দেশত কোৰোণাত আক্ৰান্ত হৈ ১৮জনৰ মৃত্যু, কৰ্ণাটকত ৬৫ বছৰীয়া লোকে হেৰুৱালে প্ৰাণ
ভাৰতত এইপৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৭২৬জন লোক।
ভাৰতত এইপৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৭২৬জন লোক।
- News18 Assam
- Last Updated: March 27, 2020, 1:23 PM IST
উল্লেখযোগ্য যে ভাৰতত এইপৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৭২৬জন লোক। সুস্থ হৈ ঘৰলৈ উভতিছে ৬৭জন লোকে। সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৫ লাখ ৩২ হাজাৰ ২৬৩জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। বিশ্বজুৰি ২৪ হাজাৰ ৯০জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৰোগমুক্ত হৈ ঘৰলৈ উভতিছে ১ লাখ ২৪ হাজাৰ ৩৪৯জন লোক।












