টিকটক কৰিবলৈ বিমানৰ টয়লেটৰ চিট চেলেকি কোৰোণাত আক্ৰান্ত যুৱক!
কোৰোণা ভাইৰাছক চেলেঞ্জ দিবলৈ গৈ এজন যুৱকৰ আচৰিত কাণ্ড
কোৰোণা ভাইৰাছক চেলেঞ্জ দিবলৈ গৈ এজন যুৱকৰ আচৰিত কাণ্ড
- News18 Assam
- Last Updated: March 26, 2020, 4:41 PM IST
আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, যুৱকজনে টিকটকত কোৰোণা ভাইৰাছক প্ৰত্যাহ্বান জনাই চেলেকিছিল শৌচালয়ৰ কোমোদ। এনে বহুৱালী কৰাৰ এদিন পিছতে যুৱকজন আক্ৰান্ত হ’ল কোৰোণা ভাইৰাছত।
A kid who licked toilets as part of the #CoronaVirusChallenge says he's now in the hospital with coronavirus. @gayshawnmendes was also just suspended from twitter pic.twitter.com/lfG2NBlTrs
— Pardes Seleh (@PardesSeleh) March 23, 2020
২১ বছৰীয়া লাৰ্জ নামৰ যুৱকজন ২২ মাৰ্চৰ দিনা চিকিৎসালয়ত ভৰ্তি হয়। টুইটাৰৰ জৰিয়তে যুৱকজনে এতিয়া নিজেই জনাইছে দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ কথা। এতিয়া যুৱকজনৰ টুইটাৰ একাউণ্টো বন্ধ কৰি দিয়া হৈছে।
Please RT this so people can know how to properly be sanitary on the airplane 🥰😅 pic.twitter.com/x7GX9b4Lxc
— Ava Louise (ig @avalouiise) (@realavalouiise) March 14, 2020












