আমেৰিকাত এদিনতে ৮৬৫ জনৰ মৃত্যু! ট্ৰাম্পে ক’লে– যিকোনো পৰিস্থিতিৰ বাবে আমি সাজু
এই মুহূৰ্তত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। এই পৰ্যন্ত আমেৰিকাত মৃত্যু হৈছে ৩ হাজাৰ ৮৬৭জন।
এই মুহূৰ্তত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। এই পৰ্যন্ত আমেৰিকাত মৃত্যু হৈছে ৩ হাজাৰ ৮৬৭জন।
- News18 Assam
- Last Updated: April 1, 2020, 12:26 PM IST
বিগত ২৪ ঘণ্টাত ইটালীত মৃত্যু ৮৩৭ জনে মৃত্যুবৰণ কৰিছে। আমেৰিকাত এদিনতে মৃত্যু হৈছে ৮৬৫ জনৰ। আমেৰিকাত ক’ৰোণাই সংহাৰী ৰূপ লোৱাৰ সময়তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ‘যিকোনোধৰণৰ পৰিস্থিতিৰ বাবে আমি সাজু।