গোলাঘাটত আছুৰ জোৰ সমদলত আৰক্ষীৰ বাধা, উত্তপ্ত পৰিস্থিতি
গোলাঘাট জিলা সন্থাৰ কাৰ্যালয়ৰ পৰা ওলোৱা জোৰ সমদলক বাধা দিয়ে আৰক্ষীয়ে।
গোলাঘাট জিলা সন্থাৰ কাৰ্যালয়ৰ পৰা ওলোৱা জোৰ সমদলক বাধা দিয়ে আৰক্ষীয়ে।
- News18 Assam
- Last Updated: January 22, 2021, 11:19 PM IST
ছাত্ৰ সন্থাৰ কেইবা শ প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ নিজা কাৰ্যালয়ৰ পৰা ৰাজপথলৈ ওলাই অহাৰ সময়তে আৰক্ষীৰ বাধাৰ সন্মুখীন হয় প্ৰতিবাদকাৰীসকল। পিছত পৰিস্থিতি অধিক জটিল হৈ পৰে।
আছুৰ কৰ্মী সকলে হাতে হাতে জোৰ লৈ নিজা কাৰ্যালয়ৰ দুখন খোলা চাঁদত উঠি বিজেপি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , কা আমি নামানো শ্লগানেৰে আকাশ বতাহ কঁপাই তোলে।












