ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
শিলিগুড়িৰ পৰা WB 57 B 9013 নম্বৰৰ ট্ৰাকখনে তেজপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
শিলিগুড়িৰ পৰা WB 57 B 9013 নম্বৰৰ ট্ৰাকখনে তেজপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
- News18 Assam
- Last Updated: March 2, 2021, 8:45 AM IST
শিলিগুড়িৰ পৰা WB 57 B 9013 নম্বৰৰ ট্ৰাকখনে তেজপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলিঙত খুন্দিয়াই ট্ৰাকখনে। তাৰ পিছত এফালৰ পৰা মহতিয়াই নিয়ে ৰেলিং, গছ, বিদ্যুতৰ খুটা আদি। দুৰ্ঘটনাটোত কিছু পৰিমাণে আহত হৈছে চালক–হেন্দিমেন। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ লগ লাগি ভয়ংকৰ শ্বৰ্ট-চাৰ্কিট হয় ।








