শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বৰমা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সাংসদ নৱ কুমাৰ শৰণীয়াই
নৱ কুমাৰ শৰণীয়াই লগতে জনায় যে গণ সুৰক্ষা পাৰ্টীয়ে বিটিআৰৰ অন্তৰ্গত তিনিটা সমষ্টি ক্ৰমে বৰমা, চাপাগুৰি আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিটো বিচাৰিছে।
নৱ কুমাৰ শৰণীয়াই লগতে জনায় যে গণ সুৰক্ষা পাৰ্টীয়ে বিটিআৰৰ অন্তৰ্গত তিনিটা সমষ্টি ক্ৰমে বৰমা, চাপাগুৰি আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিটো বিচাৰিছে।
- News18 Assam
- Last Updated: March 2, 2021, 12:25 PM IST
"মোক আমাৰ দলৰ তৃণমূল কৰ্মী আৰু নেতাই বৰমা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে অনুৰোধ জনাইছে, ময়ো সমষ্টিবাসীৰ মতামত গ্ৰহণ কৰি আছো" – এই মন্তব্য সাংসদ নৱ কুমাৰ শৰনীয়াৰ।
নৱ কুমাৰ শৰণীয়াই লগতে জনায় যে গণ সুৰক্ষা পাৰ্টীয়ে বিটিআৰৰ অন্তৰ্গত তিনিটা সমষ্টি ক্ৰমে বৰমা, চাপাগুৰি আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিটো বিচাৰিছে। বিজেপি নেতৃত্ব আৰু সহযোগী দল ইউপিপিএল নেতৃত্বকো সকলো কথা জনাইছো বুলি কয় সাংসদগৰাকীয়ে।