বাঢ়িয়ে আছে অসমত কোৰোণাত আক্ৰান্তৰ সংখ্যা, নতুনকৈ আৰু ১০জন আক্ৰান্ত

News18 Assam | News18-Assam
Updated:May 27, 2020, 6:10 PM IST
বাঢ়িয়ে আছে অসমত কোৰোণাত আক্ৰান্তৰ সংখ্যা, নতুনকৈ আৰু ১০জন আক্ৰান্ত
অসমত বৰ্তমান কোৰোণাত আক্ৰান্তৰ সক্ৰিয় ঘটনা ৬৪৫টা।

অসমত বৰ্তমান কোৰোণাত আক্ৰান্তৰ সক্ৰিয় ঘটনা ৬৪৫টা।

  • Share this:
অসমত পুনৰ ১০জন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ৭১৪জনলৈ বৃদ্ধি পালে অসমত কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা। এই ১০জনৰ ভিতৰত এজন শিৱসাগৰৰ আৰু ৯জন চৰাইদেউৰ। অসমত বৰ্তমান কোৰোণাত আক্ৰান্তৰ সক্ৰিয় ঘটনা ৬৪৫টা। চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৬২জন লোক। এই কথা টুইটাৰযোগে জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

First published: May 27, 2020, 6:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি